Browsing Tag

WOMEN

ঘৰতে বহি উপভোগ কৰিব পাৰিব ২২ মাৰ্চত অ’টিটিৰ পৰ্দাত ”পাঠান” ।

২২ মাৰ্চত অ’টিটিৰ পৰ্দাত মুক্তি পাব ''পাঠান''ছবি । ছবিখনৰ ডিলিট কৰা দৃশ্যসমূহো অ’টিটিৰ জৰিয়তে মুক্তি পাব যদিও ছবিখন নিৰ্মাতাসকলৰ নিজা ৱেবছাইটতো মুক্তি পাব।২৫ জানুৱাৰীত মুক্তি পোৱা 'পাঠান'' ছবিখন চোৱা নাই চিনেমাপ্ৰেমী খুব কম। কিন্তু

মক্কালৈ যাব ৰাখী সাৱন্ত। কৰিব উমৰাহ, ৰাখিব ৰোজা ।

জামা মছজিদত ওমৰাহ কৰাৰ অনুমতিৰ বাবে আবেদন জনাইছে ৰাখী সাৱন্তে । চলিত বৰ্ষৰ আৰম্ভণিতে হঠাতে ৰাখী সাৱন্তে নিজৰ বিবাহ ৰাজহুৱা কৰিছিল। কেইমাহমানৰ ভিতৰতে স্বামীয়ে আদিলৰ বিৰুদ্ধে ঘৰুৱা হিংসাকে ধৰি একাধিক অভিযোগ দাখিল কৰে ৰাখী সাৱন্তে। বৰ্তমান

বিটিএডি এলেকাৰ চিৰাং মহিলা মৰ্চাৰ পদক্ষেপ । পাঁচ গৰাকী বিশিষ্ট মহিলালৈ সুষমা স্বৰাজ বঁটা প্ৰদান ।

ভাৰতীয় জনতা পাৰ্টিৰ বিটিএডি এলেকাৰ চিৰাং জিলাৰ বিজনীস্থিত জিলা কাৰ্যালয়ত আজি বিয়লি জিলাখনৰ বিভিন্ন দিশত সমাজলৈ আগবঢ়োৱা পাঁচ গৰাকী মহিলালৈ সুষমা স্বৰাজ বঁটা প্ৰদান কৰা হয় ৷ চিৰাং জিলা মহিলা মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক