আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ল ‘জি-২০’ৰ ‘এছএআই২০’ শীৰ্ষক প্ৰতিনিধি বৈঠক, বৈঠক উদ্বোধন কৰে ‘চিএজি অব…
শ্বাকিল আহমেদ, গুৱাহাটীঃ ভাৰতৰ অধ্যক্ষতাত ‘জি-২০’ৰ ‘এছএআই২০ এনগেজমেণ্ট গ্ৰুপ’ৰ জ্যেষ্ঠ বিষয়া পৰ্যায়ৰ প্ৰথমখন বৈঠক আজি গুৱাহাটীত আৰম্ভ হয়। ভাৰতৰ ‘নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক’ (চিএজি) গিৰীশ চন্দ্ৰ মুৰ্মুয়ে ‘সৰ্বোচ্চ অডিট প্ৰতিষ্ঠান-২০’!-->…