দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ দ্ৰৌপদী মূৰ্মু
নিউজ ডেস্ক: ৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্ম।৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।এই কথা জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই।
!-->!-->…