Browsing Tag

JOUNALIST

আজি সংবাদ সেৱীসকলৰ উমৈহতীয়া মঞ্চ গঠনৰ উদ্দেশ্যে কটহগুৰি প্ৰেছক্লাৱ গঠন।

বৃহত্তৰ কটহগুৰি, বৰিবজাৰ, বেচামাৰী আদি অঞ্চলৰ সংবাদ সেৱীসকলৰ উমৈহতীয়া মঞ্চ গঠনৰ উদ্দেশ্যে আজি কটহগুৰি ফুলজান বিবি এম ই মাদ্ৰাছা প্ৰাঙ্গনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত কটহগুৰি প্ৰেছ ক্লাব নামেৰে এটি সাংবাদিক মঞ্চ গঠন কৰা হয়।