ভাল খৱৰ ! ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট মতে ১০-২০ মে’ৰ ভিতৰত ৪০,০০০ক দিয়া হ’ব নিযুক্তি৷
আজি ৰাজ্যৰ বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট । এই বাজেট উত্থাপন কৰাৰ পূৰ্বে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰশংসাৰে ওপচাই পেলায় বিত্তমন্ত্ৰী গৰাকীয়ে । অজন্তা নেওগেৰ ভাষ্য অনুসৰি ৰাজ্যত বৃদ্ধি পাইছে!-->…