অসমৰ মুখ্যমন্ত্ৰী, বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদ আৰু সংযুক্ত বড়ো গণমঞ্চৰ বৈঠক
ডিজিটেল ডেস্কঃ ২১ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সংযুক্ত বড়ো গনমঞ্চ বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মাজত বি টি আৰৰ বাহিৰৰ বড়ো সকলৰ বিভিন্ন সমস্যাক লৈ এক আলোচনাত মিলিত হয়।এই আলোচনাত বড়ো কছাৰী কল্যাণ স্বায়ত্ত!-->…