স্বেচ্ছাসেৱী সংগঠন মৰ্কাজুল মা’ৰিফৰ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী শিবিৰত থকা উচ্ছেদিত লোকসকলক খাদ্য…
স্বেচ্ছাসেৱী সংগঠন মৰ্কাজুল মা'ৰিফৰ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী শিবিৰত থকা উচ্ছেদিত লোকসকলক খাদ্য সামগ্ৰী বিতৰণ। এসময়ত এইসকলে চৰাঞ্চলত উৎপাদন কৰা ফচল অসমখনত যোগান ধৰিছিল কিন্তু আজি এমুঠি খাদ্যৰ বাবে দুপৰীয়াৰ প্ৰখৰ ৰ'দত শাৰী পাতিছেহি!-->…