আপুনি কিমান জানে আপেলৰ উপকাৰীতাৰ বিষয়ে ?
প্রতিদিনে ৰাতিপুৱা এফালকৈ আপেল খালে মধুমেহ হব নোৱাৰে । অধিক শকত মানুহৰ কাৰণে আপেল বিশেষ বাবে উপকাৰী । কিয়নো আপেয়ে কম দিনত ওজন কম কৰাতসহায় কৰে । আপেলে কৰ্কট ৰোগ প্রতিৰোধ কৰাত ঔষধ হিচাপে কাম কাৰে | চৰ্ম ৰোগীসকলোৰ বাবে আপেল জিৱনীশক্তি |!-->…