সামৰণি পৰিল জি-২০ৰ এছএআই-২০ প্ৰতিনিধি বৈঠক
শ্বাকিল আহমেদ, গুৱাহাটীঃ আজি গুৱাহাটীত ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ অধীনত এছএআই-২০ এংগেজমেন্ট গ্ৰুপৰ প্ৰথমখনি জ্যেষ্ঠ বিষয়াৰ বৈঠকৰ সামৰণি পৰে। ভাৰতৰ কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল (CAG) আৰু সৰ্বোচ্চ নিৰীক্ষণ প্ৰতিষ্ঠান-২০ (SAI20) এংগেজমেন্ট!-->…