উত্তৰ গুৱাহাটী দিহিং সত্ৰত অনুষ্ঠিত হোৱা দৌল উৎসৱৰ সামৰণি।
উত্তৰ গুৱাহাটী দিহিং সত্ৰৰ সাদিনীয়া দৌল উৎসৱৰ দেওবাৰে পৰিল সামৰণি । দৌল গোবিন্দৰ দৌল উৎসৱৰ পাঁচ দিনত গুৰু গোলোক নাথৰ ঘৰলৈ সদলবলে গৈ সেৱা সুশ্ৰসা কৰে । দিহিং সত্ৰৰ গুৰু গোলোক নাথৰ ঘৰলৈ গৈ দৌল গোবিন্দই গুৰুক সপ্তম দিনত ৰজাদূৱাৰলৈ নিমন্ত্ৰণ!-->…