বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেক্টনিষ্ট’ আমিৰ খানৰ আজি জন্মদিন ।
আজি ১৪ মাৰ্চ। ৫৮ সংখ্যক বছৰত ভৰি দিলে অভিনেতা আমিৰ খানে । হিন্দী চিনেমা উদ্যোগৰ অন্যতম নাম আমিৰ খান। আমিৰ খানক বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেক্টনিষ্ট’ বুলি কোৱা হয়। বলীউডৰ তিনিজন খানৰ ভিতৰত এজন, যাৰ ধাৰা আৰু চিনেমাৰ মানদণ্ড বাকীবোৰতকৈ উচ্চ!-->…