Browsing Tag

CID

প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্তৰ বাসগৃহত চলিছে চি আই ডিৰ অভিযান

ডিজিটেল ডেস্কঃ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অভিযুক্ত প্ৰণৱ দত্তৰ পথালি পাহাৰস্থিত বাসগৃহত  তালাচী চলাইছে চি আই ডিয়ে ।শনিবাৰে চি আই ডিয়ে অভিযান চলাই প্ৰণৱ দত্তৰ বাসগৃহত।আৰক্ষীৰ সহযোগত চলিছে এই অভিযান। প্ৰায় ২০, ২৫ জনীয়া এটা দলে চলাইছে এই