আহি আছে ৰমজান মাহ , সলনি হল ৰাখী সাৱন্ত , বিচাৰিছে আদিলৰ জামিন ।
ব্যক্তিগত সমস্যাৰ বাবে কেইবাদিনো ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৰাখী সাৱন্তে । আদিল খানৰ সৈতে ঘৰুৱা কন্দলৰ বাবে আদালতৰ দুৱাৰমুখত উপনীত হৈছেল ৰাখী । আহি আছে ৰমজান মাহ । সলনি হল ৰাখী সাৱন্ত । বিচাৰিছে আদিলৰ জামিন ।
মোৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->…