তৃণমূল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ জাতীয় পৰিষদত যোগদান।
গুৱাহাটীঃ তৃণমূল কংগ্ৰেছৰ যুৱ সংগঠন 'তৃণমূল যুৱ কংগ্ৰেছ'ৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডঃ জ্যোতিৰ্ময় লহকৰে আজি অসম জাতীয় পৰিষদ দলত যোগদান কৰে৷ গুৱাহাটীৰ জুৰোডত থকা জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক!-->…