বুঢ়াচাপৰিৰ উচ্ছেদৰ তৃতীয় দিনা বিধায়ক নুৰুল হুদাৰ তীব্ৰ প্ৰতিবাদ

 ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, গণ বাৰ্তা, ৰূপহীহাট, ১৬ ফেব্ৰুৱাৰী:  বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা অবৈধ বেদখলীক উচ্ছেদ অভিযানৰ আজি তৃতীয় দিনা সুঁতিৰপাৰ গাঁও পঞ্চায়তৰ চিতলমাৰী পথাৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। নগাঁও জিলাৰ জুৰীয়া

লাহৰীঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত, পুনৰ নিষিদ্ধ ড্ৰাগছসহ এজনক আটক

গণবাৰ্তা,ভূৰাগাঁও,১৬ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে ড্ৰাগছ, জুৱা,তীৰ,অবৈধ সুৰা,গাঁজা,নিচাযুক্ত বিভিন্ন মাদকদ্ৰব্যৰ লগতে সমাজত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে চলাই গৈছে ধাৰাবাহিক অভিযান।আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক হৈছে

তেজপুৰ সমীপ ব্ৰহ্মপুত্ৰৰ চাপৰিত উদ্ধাৰ  নিখোঁজ যুৱকৰ মৃতদেহ ৷ 

 চাৰিদিন ধৰি সন্ধানহীন আছিল নাৰায়ণপুৰৰ যুৱক নিহাল কাকতি।  ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ফেব্ৰুৱাৰী : তেজপুৰৰ সমীপ ব্ৰহ্মপুত্ৰৰ বুকুত এন ডিআৰএফ, এছডিআৰএফ আৰু নদীআৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ অন্তত উদ্ধাৰ

চিকৰাজান কেন্দ্ৰ বৰ্তমান হৈ পৰিছে বাসস্থান।

গণ বাৰ্তা, ফিল'বাৰী,১২ ফেব্ৰুৱাৰীঃ-যি সময়ত ৰাজ্য চৰকাৰে মেচিনত বনোৱা গামোচা বন্ধ কৰি শিপিনীয়ে তাত শালত সপোন ৰচা হস্ত তাঁত আৰু বস্ত্রত গুৰুত্ব দিয়া হব বুলি ঘোষণা কৰা সময়তেই ফিল'বাৰীত দেখিব পোৱা গৈছে এক ওলোটা ছবি। অসম চৰকাৰৰ

ধুবুৰীত সদৌ অসম প্ৰদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাৰ অৱস্থান ধৰ্মঘট ৷

গণ বাৰ্তা বিশেষ,ধুবুৰী,১৬ ফেব্ৰুৱাৰী,সদৌ অসম প্ৰদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাৰ উদ্যোগত আজি ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট টিউটৰ শিক্ষকৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত শতাধিক

ধুবুৰী ভাষানিৰচৰ গাৱঁ পঞ্চায়তৰ উদ্যোগত প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত ধনৰ প্ৰথম কিস্তি…

গণ বাৰ্তা,বিশেষ,ধুবুৰী ১৬ ফেব্ৰুৱাৰী,প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত আজি ধুবুৰী জিলাৰ ভাষানিৰচৰ গাওঁ পঞ্চয়তত ৪০ গৰাকীকৈ  নতুন হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ পুঁজি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়৷ ভাষানিৰচৰ গাওঁ পঞ্চয়তৰ

কামপুৰ মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ মুকলি সভা আৰু বঁটা বিতৰণি অনুষ্ঠানত অৰণ্য মানৱ…

কামপুৰ ১৬ ফেব্ৰুৱাৰীঃ"ধৰ্ম আৰু ৰাজনীতিৰ উৰ্ধত প্ৰকৃতি।মই প্ৰকৃতিৰ হৈ কাম কৰিছোঁ।কুকুৰে ভুকি থাকিলেও হাতীয়ে ঘূৰি নাচায়"- এই মন্তব্য অৰণ্য মানৱ যাদৱ পায়েঙৰ।উল্লেখযোগ্য যে তেৰ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কামপুৰ মহাবিদ্যালয়ৰ ৫৫ তম

দ্য গ্ৰেট কাবাব ফেক্টৰীত ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱ

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী, ২০২৩: গুৱাহাটীৰ ৰেডিছন ব্লুৰ গ্ৰেট কাবাব ফেক্টৰীয়ে ‘নিজামি নৱাবী’ খাদ্য মহোৎসৱৰ জৰিয়তেএক অনন্য ৰন্ধন অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে ৰাজকীয় যুগলবন্দীৰ আয়োজন কৰিছে।ভাৰতীয় খাদ্যবিশিষ্ট ৰেষ্টুৰেণ্টখনে

দৰঙৰ কলাইগাঁও অনুনাদ এগ্ৰু প্ৰডিউচাৰ কোম্পানীৰ সেউজ বিপ্লৱৰ সূচনা

দৰঙৰ কলাইগাঁও অনুনাদ এগ্ৰু প্ৰডিউচাৰ কোম্পানীৰ সেউজ বিপ্লৱৰ সূচনা গনবাৰ্তা,কলাইগাঁও,১৬ ফেব্ৰুৱাৰী: সম্প্ৰতি জলন্ত নিবনুৱা সমস্যাই অসমৰ জাতীয় জীৱনলৈ ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰাৰ সময়তে কলাইগাঁৱত একাংশ প্ৰগতিশীল যুৱকে কৃষি অৰ্থনীতিত