বাঁহৰ পোছাক পিন্ধি চৰ্চাত উৰ্ফি জাভেদ।

বিগ বছ অ’টিটিৰ প্ৰথম ছিজনৰ প্ৰতিযোগী উৰ্ফি জাভেদ। বিগ বছৰ মঞ্চৰ পৰাই তেওঁ দৰ্শকৰ মাজত পৰিচিত হৈছে। কিন্তু সেই সময়ত বিগ বছৰ মঞ্চৰ পৰাই অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰভাৱ বিয়পাব পৰা নাছিল। আজিকালি উৰ্ফি আৰু বিতৰ্ক ইটোৱে সিটোৰ সমাৰ্থক হৈ পৰিছে।

দুগৰাকী মহিলাৰ বাবে ভাৰতে অস্কাৰ লাভ।

৯৫ সংখ্যক একাডেমী বঁটাত ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ ভাৰতৰ প্ৰথমটো অস্কাৰ লাভ কৰে। গুণিত মংগাই প্ৰযোজনা কৰা এই ছবিখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি শাখাত মনোনীত হয়। তামিল ভাষাৰ এই তথ্যচিত্ৰখনে ‘হাউ টু মেজাৰ এ ইয়েৰ’, ‘ষ্ট্ৰেঞ্জাৰ এট দ্য গেট’ আদি

১৪ এপ্ৰিলত গীনিচ বুক অৱ ৱল্ড ৰেকৰ্ডৰ বাবে সাজু ধেমাজি জিলাৰ চাৰি শতাধিক নাচনী – ঢুলীয়া –…

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ১৪ এপ্ৰিলত অসমৰ বিহুৱে গীনিজ বুকুত স্থান লাভৰ বাবে একেলগে ১১ হাজাৰ বিহুৱতীয়ে বিহু নাচি অভিলেখ গঢ়াৰ উদ্দেশ্যে সাজু হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়া-নাচনী পেপুৱা সকল।ইয়াৰ সমান্তৰালকৈ ধেমাজি জিলাখনৰ পৰা এই

উচ্ছেদিত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ মৰ্মবেদনা বুজিব কোনে ?

শোনিতপুৰ জিলাৰ একাংশ চৰাঞ্চলৰ পৰা উচ্ছেদৰ বলি হৈছে শ শ ছাত্ৰ-ছাত্ৰী। যাৰ বাবে এইবাৰৰ বছেৰেকীয়া পৰীক্ষাৰ লগতে মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ পৰা বঞ্চিত হৈছে বহু ছাত্র-ছাত্ৰী। ইয়াৰে একাংশ মেধাৱী শিক্ষাৰ্থীও আছে যাৰ প্ৰতিভা থকা স্বত্বেও

কংগ্ৰেছৰ মহাজোঁট সন্দৰ্ভত কংগ্ৰেছ দলক তুলাধুনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ।

কংগ্ৰেছৰ মহাজোঁট সন্দৰ্ভত ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তুলাধুনা দিলে কংগ্ৰেছ দলক । মহাজোঁট টো মহাজোঠ হব । ২০১৯ টো মহাজোঁট কৰিছিলে কংগ্ৰেছে কিন্তু ভাৰতবৰ্ষৰ ৰাইজে কংগ্ৰেছ দলক আকোঁৱালি নললে । কাৰণ দেশ স্বাধীনতাৰ পিছৰে পৰা

প্ৰশ্ন কাকত ফাদিল, পৰীক্ষা বাতিল। ৰঙিয়াত আছুৰ উত্তাল প্ৰতিবাদ। ৰাজপথত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত পৰীক্ষাৰ আগতেই ফাদিল হোৱা তথা পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা বিষয়টোৱে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে ৰঙিয়াত আছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সোমবাৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ

যোৰহাটৰ হাতীগড় সেউজ নগৰত ভদ্ৰেশ্বৰ শইকীয়া-ফাইজুদ্দিন আহমেদ স্মৃতি সম্প্ৰীতি পথ পুথিভঁৰালৰ শুভাৰম্ভ…

যোৰহাটৰ হাতীগড় দেৱালয়ৰ সমীপৰ সেউজ নগৰত বিজ্ঞান বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী হেমেন কুমাৰ শইকীয়া আৰু পত্নী অধ্যক্ষা মেৰিণা বেগমে তেওঁলোকৰ পিতৃৰ স্মৃতিত "ভদ্ৰেশ্বৰ শইকীয়া-ফাইজুদ্দিন আহমেদ স্মৃতি সম্প্রীতি পুথিভঁৰাল"টো নিজা বাসগৃহৰ

দৰঙত কলা-বগা ৰঙৰ মেপক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা ।

দৰঙৰ মঙলদৈ সমষ্টিৰ চৰাঞ্চলৰ কেইবাখনো গাঁৱত অচিনাকী লোকে মাটিত লগাই যায় কলা-বগা ৰঙৰ মেপ। আতংকিত চৰাঞ্চলৰ ৰাইজ ।ৰাজ্যৰ বিভিন্ন অঞ্চলত চৰকাৰে চলাই গৈছে এটাৰ পিছত আন এটা উচ্ছেদ । এনে উচ্ছেদৰ পিছত আন একাংশ লোক আতংকিত ও শংকাত দিন পাৰ কৰাৰ

বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাৰ সংবাদ মেল
বঙাইগাঁও শোধনাগাৰৰ বিভিন্ন প্ৰকল্পৰ কামত ঠিকাদাৰী

বঙাইগাঁওঃ১৬ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ ঢালিগাঁওস্থিত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ অধীনৰ বঙাইগাঁও শোধনাগাৰত ( বিজিআৰ) বিভিন্ন প্ৰকল্পৰ কামত জড়িত বহিঃ ৰাজ্যৰ পৰা অহা ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে স্থানীয় নিবনুৱা যুৱক- যুৱতীসকলক কাম - কাজত নিয়োগৰ

সপোনবোৰ পূৰণ হ’বনে?

আমি সকলোৱে সপোন দেখোঁ৷ সপোনৰ জগতত আমি সকলোৱে উটি-ভাঁহি ফুৰো৷ সেই সপোন কিন্ত্‌ত ৰাতি দেখা সপোনটো নহয়৷ সেই সপোন আমি জীৱনত ঠিক কৰা লক্ষ্য বা উদ্দেশ্যবোৰ৷ সপোন অবিহনে আমাৰ জীৱন অসাৰ্থক আৰু অনৰ্থক৷ আচলতে সপোন দেখাটো কোনো দোষ নহয়৷ সেয়ে সকলোৱে