চলিত মেট্ৰিক পৰীক্ষাৰ বিসংগতি লৈ ধেমাজি ৰাজপথত আছুৰ উত্তাল প্ৰতিবাদ।

ধেমাজি : চলিত মেট্ৰিক পৰীক্ষাত বিসংগতি লৈ ধেমাজি ৰাজপথত আছুৰ উত্তাল প্ৰতিবাদ। শিক্ষা মন্ত্ৰী ৰনোজ পেগু , ছেবাৰ অধ্যক্ষ ৰমেশ জৈন আৰু মেট্ৰিক পৰীক্ষাৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ ডিঙিত চিপ লগাই অভিনৱ প্ৰতিবাদ। 2023 বর্ষৰ হাইস্কুল

এইবাৰ মাষ্টাৰ চেফ ইণ্ডিয়াত জিলিকিল অসম সন্তান নয়নজ্যোতি শইকীয়া ।

২৬ বছৰীয়া নয়নজ্যোতি শইকীয়া এইবাৰ মাষ্টাৰ চেফ ইণ্ডিয়াত জিলিকিল ।ৰান্ধি ভাল পোৱা নয়নজ্যোতি শইকীয়াই বিচাৰকৰ মন জয় কৰি ৰন্ধন ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া ৭ৰ বিজয়ীৰ খিতাপ জয় কৰা ছবি ভাইৰেল হৈ পৰিছে । নয়নজ্যোতি শইকীয়াৰ

গোসাঁইগাঁৱত নৃশংস হত্যাকাণ্ড।

গোসাঁইগাঁওত নৃশংস হত্যাকাণ্ড । ফল দোকানীক খুকুৰীৰে হত্যাৰ চেষ্টা । চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ। শ্ৰীৰামপুৰ চাৰিআলিত থকা নিজৰ ফলৰ দোকান বন্ধ কৰি ই-ৰিক্সাৰে ঘৰমুৱা হৈ থকা অৱস্থাত শ্ৰীৰামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত হাৰাপুটা নৈৰ ২নং

হত্য়া কৰা হৈছিল অভিনেতা সতীশ কৌশিকক।

বৃহস্পতিবাৰে ৬৬ বছৰ বয়সত দেহাৱসান ঘটে প্ৰবীণ অভিনেতা সতীশ কৌশিকৰ । অভিনেতাজন আছিল দিল্লীত । সেই সময়ত তেওঁৰ অস্বস্তি অনুভৱ হৈছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। নিয়তিৰ শেষ পৰিহাস । সতীশ কৌশিকে মৃত্যুক আকোৱালি লয় । সতীশ কৌশিকৰ মৃত্যুত

বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেক্টনিষ্ট’ আমিৰ খানৰ আজি জন্মদিন ।

আজি ১৪ মাৰ্চ। ৫৮ সংখ্যক বছৰত ভৰি দিলে অভিনেতা আমিৰ খানে । হিন্দী চিনেমা উদ্যোগৰ অন্যতম নাম আমিৰ খান। আমিৰ খানক বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেক্টনিষ্ট’ বুলি কোৱা হয়। বলীউডৰ তিনিজন খানৰ ভিতৰত এজন, যাৰ ধাৰা আৰু চিনেমাৰ মানদণ্ড বাকীবোৰতকৈ উচ্চ

বকোৰ নেউলডোৱা কানাইলাল প্ৰাথমিক বিদ্যালয়ত শৌচাগাৰৰ কামৰ শুভাৰম্ভ জিলা পৰিষদ সদস্যা হিমাদ্ৰী পাঠকৰ ৷ 

কামৰূপ জিলাৰ বকো সমষ্টিৰ ৪৮ নং ছমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত নেউলডোৱা কানাইলাল প্ৰাথমিক বিদ্যালয়ত আজি জিলা পৰিষদৰ পুঁজিৰে নিৰ্মান কৰিবলগীয়া শৌচাগাৰৰ কামৰ শুভাৰম্ভ কৰা হয় ৷ নগৰবেৰা জিলা পৰিষদৰ ৪ লাখ ২৫ হাজাৰ টকাৰ পুঁজিৰে কামৰ শুভাৰম্ভ কৰে

আপুনি কিমান জানে আপেলৰ উপকাৰীতাৰ বিষয়ে ?

প্রতিদিনে ৰাতিপুৱা এফালকৈ আপেল খালে মধুমেহ হব নোৱাৰে । অধিক শকত মানুহৰ কাৰণে আপেল বিশেষ বাবে উপকাৰী । কিয়নো আপেয়ে কম দিনত ওজন কম কৰাতসহায় কৰে । আপেলে কৰ্কট ৰোগ প্রতিৰোধ কৰাত ঔষধ হিচাপে কাম কাৰে | চৰ্ম ৰোগীসকলোৰ বাবে আপেল জিৱনীশক্তি |

আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ল ‘জি-২০’ৰ ‘এছএআই২০’ শীৰ্ষক প্ৰতিনিধি বৈঠক, বৈঠক উদ্বোধন কৰে ‘চিএজি অব…

শ্বাকিল আহমেদ, গুৱাহাটীঃ ভাৰতৰ অধ্যক্ষতাত ‘জি-২০’ৰ ‘এছএআই২০ এনগেজমেণ্ট গ্ৰুপ’ৰ জ্যেষ্ঠ বিষয়া পৰ্যায়ৰ প্ৰথমখন বৈঠক আজি গুৱাহাটীত আৰম্ভ হয়। ভাৰতৰ ‘নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক’ (চিএজি) গিৰীশ চন্দ্ৰ মুৰ্মুয়ে ‘সৰ্বোচ্চ অডিট প্ৰতিষ্ঠান-২০’

নতুন দিল্লীৰ প্ৰেছ ক্লাৱত অসম-দিল্লী আৰু বহিঃ ৰাষ্ট্ৰৰ কবি সাহিত্যিক আৰু সাংবাদিকৰ গল্প…

নতুন দিল্লীৰ প্ৰেছ ক্লাৱত অসমৰ বিশিষ্ট কবি সাহিত্যিক আৰু সাংবাদিক মনোজ গোস্বামীৰ নেতৃত্বত অসম আৰু বহিঃ ৰাষ্ট্ৰৰ বিশিষ্ট কবি সাহিত্যিক প্ৰতিনিধি সকলৰ মাজত গল্প কবিতা,সাহিত্য,গান বাজন আৰু আলাপ আলোচনা সমালোচনা মূলক এক অন্তৰংগ সন্ধিয়া অনুষ্ঠিত

স্বেচ্ছাসেৱী সংগঠন মৰ্কাজুল মা’ৰিফৰ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী শিবিৰত থকা উচ্ছেদিত লোকসকলক খাদ্য…

স্বেচ্ছাসেৱী সংগঠন মৰ্কাজুল মা'ৰিফৰ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী শিবিৰত থকা উচ্ছেদিত লোকসকলক খাদ্য সামগ্ৰী বিতৰণ। এসময়ত এইসকলে চৰাঞ্চলত উৎপাদন কৰা ফচল অসমখনত যোগান ধৰিছিল কিন্তু আজি এমুঠি খাদ্যৰ বাবে দুপৰীয়াৰ প্ৰখৰ ৰ'দত শাৰী পাতিছেহি