বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত জিলা কৃষি বিভাগ আৰু অক্টোপাছৰ উদ্যোগত কৃষি মেলা উদযাপন ৷
কামৰূপ জিলাৰ বকো কৃষি মহকুমা বিষয়া কাৰ্যালয় প্ৰাংগনত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা কৃষি বিভাগ আৰু অক্টোপাছৰ উদ্যোগত মাটি স্বাস্থ্য সন্দৰ্ভত এটি প্ৰশিক্ষণ শিবিৰৰ লগতে এখনি কৃষি মেলা উদযাপন কৰা হয় ৷ উক্ত কৃষি মেলা খনৰ দ্বাৰ মুকলি কৰে বকো কৃষি!-->…
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অব্যাহত আছে ভাৰতীয় বক্সাৰৰ আধিপত্য
ডিজিটেল ডেস্কঃ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ মহিলাৰ সংস্কৰণত প্ৰথম দিনাই উজলি উঠিল ভাৰত । চাৰিখনকৈ খেলত চাৰি গৰাকী ভাৰতীয় বক্সাৰে ব্যতিব্যস্ত কৰি তুলিলে প্ৰতিপক্ষক। ৫০ কেজিৰ শাখাত ভাৰতৰ বক্সিং জগতৰ নতুন তাৰকা নিখাট জাৰীনে আজাৰবাইজানৰ!-->…
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বাবে গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত গ্ৰামোন্নয়নৰ কৰ্মচাৰী জান শইকীয়া।
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ। এইবাৰ গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত গ্ৰামোন্নয়নৰ কৰ্মচাৰী জান শইকীয়া।
গোগামুখৰ পৰা জান শইকীয়া নামৰ কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰি অনা হৈছে গুৱাহাটীৰ CIDৰ কাৰ্যালয়লৈ। ইফালে
!-->!-->!-->!-->!-->…
দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ দ্ৰৌপদী মূৰ্মু
নিউজ ডেস্ক: ৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্ম।৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।এই কথা জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই।
!-->!-->…
মুকালমুৱাৰ বেলবেলিত বাল্য বিৱাহৰ বিৰুদ্ধে সজাগতা সভা।
বাল্য বিৱাহ বন্ধ কৰিবলৈ কঠোৰ আমছু নেত্ৰী হাছিনা আহমেদ। মুকালমুৱাৰ বেলবেলিত বাল্য বিৱাহৰ বিৰুদ্ধে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । হিউমেনিটি কনচাৰ্টৰ উদ্যোগত নৰ্থ ইষ্ট ল-ফৰ্মৰ সহযোগত অনুষ্ঠিত কৰা হয় সজাগতামূলক সভা।
বাল্য!-->!-->!-->!-->!-->!-->!-->…
আহি আছে ৰমজান মাহ , সলনি হল ৰাখী সাৱন্ত , বিচাৰিছে আদিলৰ জামিন ।
ব্যক্তিগত সমস্যাৰ বাবে কেইবাদিনো ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৰাখী সাৱন্তে । আদিল খানৰ সৈতে ঘৰুৱা কন্দলৰ বাবে আদালতৰ দুৱাৰমুখত উপনীত হৈছেল ৰাখী । আহি আছে ৰমজান মাহ । সলনি হল ৰাখী সাৱন্ত । বিচাৰিছে আদিলৰ জামিন ।
মোৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->…
ঘৰতে বহি উপভোগ কৰিব পাৰিব ২২ মাৰ্চত অ’টিটিৰ পৰ্দাত ”পাঠান” ।
২২ মাৰ্চত অ’টিটিৰ পৰ্দাত মুক্তি পাব ''পাঠান''ছবি । ছবিখনৰ ডিলিট কৰা দৃশ্যসমূহো অ’টিটিৰ জৰিয়তে মুক্তি পাব যদিও ছবিখন নিৰ্মাতাসকলৰ নিজা ৱেবছাইটতো মুক্তি পাব।২৫ জানুৱাৰীত মুক্তি পোৱা 'পাঠান'' ছবিখন চোৱা নাই চিনেমাপ্ৰেমী খুব কম। কিন্তু!-->…
আজি অসম বিধান সভাত বাজেট উথ্থাপন কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে
নিউজ ডেস্কঃ আজি বিত্তমন্ত্ৰী অজন্তা নেওঁগে অসম বিধানসভাত উত্থাপন কৰা বাজেটখনক একত্ৰীকৰণ তথা সম্প্ৰসাৰণ বিষয়ক বাজেট আখ্যা দিছে। তেওঁ একত্ৰিত বা সুদৃঢ় শব্দটোৰ দ্বাৰা গুৰুত্বপূৰ্ণ আঁচনিসমূহ একত্ৰিত কৰাকে বুজাইছে।
বিত্তীয় একত্ৰীকৰণ!-->!-->!-->…
পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগোঁহাই,গোলাঘাট আদালতত হাজিৰ ।
পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগোঁহাই। ফেচবুক পোষ্টৰ বাবেই কাৰাৰুদ্ধ হ’বলগীয়া হ়োৱা ছাত্ৰীগৰাকী গোলাঘাট জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ।
পুৱা আদালতত হাজিৰ হৈ আইনৰ ওপৰত বিশ্বাস আছে বুলি মত ব্যক্ত কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে। আইনে!-->!-->!-->!-->!-->…
ভাল খৱৰ ! ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট মতে ১০-২০ মে’ৰ ভিতৰত ৪০,০০০ক দিয়া হ’ব নিযুক্তি৷
আজি ৰাজ্যৰ বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট । এই বাজেট উত্থাপন কৰাৰ পূৰ্বে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰশংসাৰে ওপচাই পেলায় বিত্তমন্ত্ৰী গৰাকীয়ে । অজন্তা নেওগেৰ ভাষ্য অনুসৰি ৰাজ্যত বৃদ্ধি পাইছে!-->…