তৃণমূল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ জাতীয় পৰিষদত যোগদান।

গুৱাহাটীঃ তৃণমূল কংগ্ৰেছৰ যুৱ সংগঠন 'তৃণমূল যুৱ কংগ্ৰেছ'ৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডঃ জ্যোতিৰ্ময় লহকৰে আজি অসম জাতীয় পৰিষদ দলত যোগদান কৰে৷ গুৱাহাটীৰ জুৰোডত থকা জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক

ধুবুৰী জিলাৰ জলসম্পদ বিভাগত চলিছে ব্যাপক দূৰ্নীতি ।

ধুবুৰী জিলাৰ জলসম্পদ বিভাগত চলিছে ব্যাপক । দূৰ্নীতি সাংসদ আৰু বিধায়কৰ ওপৰত ক্ষুব্ধ ৰাইজ । ফকিৰগঞ্জত গৰাখহনীয়াৰ প্ৰতিৰোধৰ কামত ব্যাপক অনিয়ম । উল্লেখ্য যে ফকিৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে

গোটাবাৰী গাওঁ পঞ্চায়তত চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধীকাৰী ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত গোটাবাৰী গাওঁ পঞ্চায়তত দুজনী বিধৱা মহিলাৰ কৰুণ আৰ্তনাত ।এনেকুৱা শ শ প্ৰকৃত হিতাধিকাৰী আছে যিবিলাকে চৰকাৰী বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈছে বুলি জানিব পৰা গৈছে। এই বিধৱা মহিলা দুজনীৰ স্বামী মৃত্যু

উত্তৰ গুৱাহাটী দিহিং সত্ৰত অনুষ্ঠিত হোৱা দৌল উৎসৱৰ সামৰণি।

উত্তৰ গুৱাহাটী দিহিং সত্ৰৰ সাদিনীয়া দৌল উৎসৱৰ দেওবাৰে পৰিল সামৰণি । দৌল গোবিন্দৰ দৌল উৎসৱৰ পাঁচ দিনত গুৰু গোলোক নাথৰ ঘৰলৈ সদলবলে গৈ সেৱা সুশ্ৰসা কৰে । দিহিং সত্ৰৰ গুৰু গোলোক নাথৰ ঘৰলৈ গৈ দৌল গোবিন্দই গুৰুক সপ্তম দিনত ৰজাদূৱাৰলৈ নিমন্ত্ৰণ

বিহুবৰত অবৈধ শিল খননত এজনৰ মৃত্যু ।

নাজিৰাত দীৰ্ঘ দিনৰ পৰা চলি অহা অবৈধ খনন কাৰ্য্যৰ বাতৰি সংবাদ মাধ্যমত বাৰমবাৰ সস্প্ৰচাৰিত হোৱাৰ পাছোতো গা নলৰিল উদ্ধতম কতৃপক্ষ্যৰ যাৰ ফলত আজি নাজিৰা বিহুবৰত সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনাৰ। ৰাজু চেতীয়া ফুকনৰ নেতৃত্বত কৰ্মৰত অৱস্থাতে এজন ফকলেনৰ

বাঁহৰ পোছাক পিন্ধি চৰ্চাত উৰ্ফি জাভেদ।

বিগ বছ অ’টিটিৰ প্ৰথম ছিজনৰ প্ৰতিযোগী উৰ্ফি জাভেদ। বিগ বছৰ মঞ্চৰ পৰাই তেওঁ দৰ্শকৰ মাজত পৰিচিত হৈছে। কিন্তু সেই সময়ত বিগ বছৰ মঞ্চৰ পৰাই অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰভাৱ বিয়পাব পৰা নাছিল। আজিকালি উৰ্ফি আৰু বিতৰ্ক ইটোৱে সিটোৰ সমাৰ্থক হৈ পৰিছে।

দুগৰাকী মহিলাৰ বাবে ভাৰতে অস্কাৰ লাভ।

৯৫ সংখ্যক একাডেমী বঁটাত ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ ভাৰতৰ প্ৰথমটো অস্কাৰ লাভ কৰে। গুণিত মংগাই প্ৰযোজনা কৰা এই ছবিখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি শাখাত মনোনীত হয়। তামিল ভাষাৰ এই তথ্যচিত্ৰখনে ‘হাউ টু মেজাৰ এ ইয়েৰ’, ‘ষ্ট্ৰেঞ্জাৰ এট দ্য গেট’ আদি

১৪ এপ্ৰিলত গীনিচ বুক অৱ ৱল্ড ৰেকৰ্ডৰ বাবে সাজু ধেমাজি জিলাৰ চাৰি শতাধিক নাচনী – ঢুলীয়া –…

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ১৪ এপ্ৰিলত অসমৰ বিহুৱে গীনিজ বুকুত স্থান লাভৰ বাবে একেলগে ১১ হাজাৰ বিহুৱতীয়ে বিহু নাচি অভিলেখ গঢ়াৰ উদ্দেশ্যে সাজু হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়া-নাচনী পেপুৱা সকল।ইয়াৰ সমান্তৰালকৈ ধেমাজি জিলাখনৰ পৰা এই

উচ্ছেদিত এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ মৰ্মবেদনা বুজিব কোনে ?

শোনিতপুৰ জিলাৰ একাংশ চৰাঞ্চলৰ পৰা উচ্ছেদৰ বলি হৈছে শ শ ছাত্ৰ-ছাত্ৰী। যাৰ বাবে এইবাৰৰ বছেৰেকীয়া পৰীক্ষাৰ লগতে মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ পৰা বঞ্চিত হৈছে বহু ছাত্র-ছাত্ৰী। ইয়াৰে একাংশ মেধাৱী শিক্ষাৰ্থীও আছে যাৰ প্ৰতিভা থকা স্বত্বেও

কংগ্ৰেছৰ মহাজোঁট সন্দৰ্ভত কংগ্ৰেছ দলক তুলাধুনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ।

কংগ্ৰেছৰ মহাজোঁট সন্দৰ্ভত ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তুলাধুনা দিলে কংগ্ৰেছ দলক । মহাজোঁট টো মহাজোঠ হব । ২০১৯ টো মহাজোঁট কৰিছিলে কংগ্ৰেছে কিন্তু ভাৰতবৰ্ষৰ ৰাইজে কংগ্ৰেছ দলক আকোঁৱালি নললে । কাৰণ দেশ স্বাধীনতাৰ পিছৰে পৰা