আহি আছে ৰমজান মাহ , সলনি হল ৰাখী সাৱন্ত , বিচাৰিছে আদিলৰ জামিন ।

ব্যক্তিগত সমস্যাৰ বাবে কেইবাদিনো ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৰাখী সাৱন্তে । আদিল খানৰ সৈতে ঘৰুৱা কন্দলৰ বাবে আদালতৰ দুৱাৰমুখত উপনীত হৈছেল ৰাখী । আহি আছে ৰমজান মাহ । সলনি হল ৰাখী সাৱন্ত । বিচাৰিছে আদিলৰ জামিন । মোৰ

ঘৰতে বহি উপভোগ কৰিব পাৰিব ২২ মাৰ্চত অ’টিটিৰ পৰ্দাত ”পাঠান” ।

২২ মাৰ্চত অ’টিটিৰ পৰ্দাত মুক্তি পাব ''পাঠান''ছবি । ছবিখনৰ ডিলিট কৰা দৃশ্যসমূহো অ’টিটিৰ জৰিয়তে মুক্তি পাব যদিও ছবিখন নিৰ্মাতাসকলৰ নিজা ৱেবছাইটতো মুক্তি পাব।২৫ জানুৱাৰীত মুক্তি পোৱা 'পাঠান'' ছবিখন চোৱা নাই চিনেমাপ্ৰেমী খুব কম। কিন্তু

আজি অসম বিধান সভাত বাজেট উথ্থাপন কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে

নিউজ ডেস্কঃ আজি বিত্তমন্ত্ৰী অজন্তা নেওঁগে অসম বিধানসভাত উত্থাপন কৰা বাজেটখনক একত্ৰীকৰণ তথা সম্প্ৰসাৰণ বিষয়ক বাজেট আখ্যা দিছে। তেওঁ একত্ৰিত বা সুদৃঢ় শব্দটোৰ দ্বাৰা গুৰুত্বপূৰ্ণ আঁচনিসমূহ একত্ৰিত কৰাকে বুজাইছে। বিত্তীয় একত্ৰীকৰণ

পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগোঁহাই,গোলাঘাট আদালতত হাজিৰ ।

পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগোঁহাই। ফেচবুক পোষ্টৰ বাবেই কাৰাৰুদ্ধ হ’বলগীয়া হ়োৱা ছাত্ৰীগৰাকী গোলাঘাট জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ। পুৱা আদালতত হাজিৰ হৈ আইনৰ ওপৰত বিশ্বাস আছে বুলি মত ব‍্যক্ত কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে। আইনে

ভাল খৱৰ ! ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট মতে ১০-২০ মে’ৰ ভিতৰত ৪০,০০০ক দিয়া হ’ব নিযুক্তি৷

আজি ৰাজ্যৰ বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট । এই বাজেট উত্থাপন কৰাৰ পূৰ্বে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰশংসাৰে ওপচাই পেলায় বিত্তমন্ত্ৰী গৰাকীয়ে । অজন্তা নেওগেৰ ভাষ্য অনুসৰি ৰাজ্যত বৃদ্ধি পাইছে

শিৱসাগৰৰ ষ্টেচন চাৰিআলিত পুৱতি নিশা বাহনৰ চালান তালাচীৰ নামত বন বিভাগৰ মাহেলি কমিচনৰ দাবী ।

ডাম্পাৰ চালকৰ মোবাইল কাঢ়ি লোৱাক লৈ চাঞ্চল্য, কমিচন সংগ্ৰহ কৰা বন বিভাগৰ কোন এই গৰাকী বিশেষ ব্যক্তিৰ নাম লৈছে শিলৰ ব্যৱসায়ীয়ে । বৈধ বাহনত পুৱতি নিশাৰ পৰাই ৰাজপথত কৰৰ নামত সন্ত্ৰাস চলাইছে নেকি বন বিভাগে ? অত্যাধিক মাছুল, পৰিবহন বিভাগৰ জৰিমনা

”কৃত্ৰিম বান একেবাৰে কেনেকৈ কমাব পাৰিম” – অশোক সিংহাল ।

নিউজ ডেস্কঃ কৃত্ৰিম বান ৰোধৰ ওপৰত গেৰাণ্টি দিব নোৱাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে। কৃত্ৰিম বান ৰোধৰ বাবে একমাত্ৰ ভৰসা এতিয়া ঈশ্বৰহে। হেলিকপ্টাৰেৰে গুৱাহাটী পৰিভ্ৰমণ কৰিলে মন্ত্ৰী অশোক সিংহালে । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত

লাহৰীঘাটত কাৰ আৰ্শীবাদত চলে অবৈধ কাঠৰ ব্যৱসায় ।অবৈধ কাঠ ব্যৱসায়ীৰ লগত বন বিভাগৰ মিতিৰালিৰ অভিযোগ ।

লাহৰীঘাটত কাৰ আৰ্শীবাদত চলে অবৈধ কাঠৰ ব্যৱসায় । অবৈধ কাঠ ব্যৱসায়ীৰ লগত বন বিভাগৰ মিতিৰালিৰ অভিযোগ । মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰত দীৰ্ঘ দিন ধৰি একাংশ অসাধু চক্ৰই নথিপত্ৰ বিহীন ভাৱে চলাই গৈছে কাঠৰ ৰমৰমীয়া ব্যৱসায়। লাহৰীঘাট বজাৰতে ১৫ ৰ

প্ৰশ্নকাকত সংগ্ৰহ, পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে তৎপৰ শিক্ষা বিভাগ। সেয়েহে পৰীক্ষাক লৈ জাৰি কৰা হৈছে নতুন নিৰ্দেশনা। SEBA/EX/HOLD/652022-23/53 নং পত্ৰৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ছেবাৰ সচিব গৰাকীয়ে। এই

৩০০০ টকা পৰ্যন্ত বিক্ৰী হৈছিল মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ।

৩০০০ টকা পৰ্যন্ত বিক্ৰী হৈছিল ফাদিল হোৱা বিজ্ঞানৰ প্ৰশ্নকাকত । ৪টা ই-ৱালেটেৰে ধনৰ লেনদেন হোৱাৰ বিস্ফোৰক তথ্য আৰক্ষীৰ হাতত । ধনৰ লেনদেনৰ উৎস বিচাৰি মুম্বাইলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । এই পৰ্যন্ত প্ৰশ্নকাকত ফাদিল কাণ্ডত জড়িত ২৫জন