অসমৰ মুখ্যমন্ত্ৰী, বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদ আৰু সংযুক্ত বড়ো গণমঞ্চৰ বৈঠক

ডিজিটেল ডেস্কঃ  ২১ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সংযুক্ত বড়ো গনমঞ্চ বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মাজত বি টি আৰৰ বাহিৰৰ বড়ো সকলৰ বিভিন্ন সমস্যাক লৈ এক আলোচনাত মিলিত হয়।এই আলোচনাত বড়ো কছাৰী কল্যাণ স্বায়ত্ত

আজি বিশ্ব জল দিৱস

ডিজিটেল ডেস্কঃ প্ৰতিবছৰে ২২ মাৰ্চ তাৰিখে বিশ্বৰ সৰ্বত্ৰ পালন কৰা হয় ‘বিশ্ব জল দিৱস’। বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকত যাতে পৰিষ্কাৰ পানী, অনাময় ব্যৱস্থা আৰু স্বাস্থ্যবিধি আদি বিশ্বজনীনভাৱে সকলোৱে পাব পাৰে আৰু সেই বিষয়ে সকলোৰে মনোযোগ

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰিং

ডিজিটেল ডেস্কঃ দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰিং।প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰক্ষীত প্ৰায় ১০০ খন এজাহাৰ পঞ্জীয়ন হৈছে বিতৰ্কিত পোষ্টাৰ লগোৱা কাৰ্যৰ বাবে। অৱশ্যে যিসমূহ পোষ্টাৰ লগোৱা হৈছে তাত কোনো প্ৰিণ্টিং

চাবুৱাৰ এটা পেট্ৰল পাম্পত ওলাইছে তেলৰ সলনি পানী

ডিজিটেল ডেস্কঃ চাবুৱাৰ ডিকম বাইপাছত পেট্ৰল পাম্পত সংঘটিত হৈছে এক আজৱ ঘটনা ।তেলৰ সলনি ওলাইছে পানী। যাৰ ফলত বিকল হৈ পৰিছে ইখনৰ পিছত সিখনকৈ বাহন।এনে ঘটনাৰ পিছতেই সকলো পেট্ৰল পাম্পটোকলৈ সন্দহ উপজে ৰাইজৰ। তাৰ পাছতেই   এই সন্দৰ্ভত অভিযোগ

ৰাজ্যত এটা বছৰত বিক্ৰী হল ২১ খন চাহ বাগিছা

ডিজিটেল ডেস্ক : এবছৰৰ ভিতৰত ৰাজ্যত বিক্ৰী হ'ল ২১ খনকৈ চাহ বাগিছা ।একেদৰেই বিক্ৰী হ'ল চৰাইদেউ জিলাৰো আন চাৰিখন চাহ বাগিছা।এই তথ্য প্ৰকাশ কৰিলে শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে ।মন্ত্ৰী গৰাকীয়ে জানিব দিয়া অনুসৰি বিগত সময়ছোৱাত

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়লাভ অসম কন্যা লাভলীনা বৰগোহাঁইৰ

ডিজিটেল ডেস্কঃ নতুন দিল্লীত অনুষ্ঠিত হোৱা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়লাভ অসম কন্যা লাভলীনা বৰগোহাঁইৰ। সোমবাৰে ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ ভানেছা অৰ্টিজক পৰাস্ত কৰে লাভলীনা

সোণালী জয়ন্তী বৰ্ষত গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতিত্ব, মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে…

গুৱাহাটী: অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ আন্তঃ সংবাদ মাধ্যম টি-২০ ক্ৰিকেট চেম্পিয়নশ্বিপত পুনৰ চেম্পিয়ন হ’ল ডিফেণ্ডিং চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত গুৱাহাটী প্ৰেছ ক্লাবে ৮ ৰানত

বটদ্ৰৱা সমষ্টিৰ কুসুমবৰী গাৱঁত মহাপুৰুষ গুৰুজনাৰ পিতৃ কুসুম্বৰ ভূঞাৰ ভেটি বিচাৰি উপস্থিত সত্ৰ আয়োগ…

বটদ্ৰৱা সমষ্টিৰ কুসুমবৰী গাৱঁত মহাপুৰুষ গুৰুজনাৰ পিতৃ কুসুম্বৰ ভূঞাৰ ভেটি বিচাৰি উপস্থিত সত্ৰ আয়োগ কমিটিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা। বাঁহৰ সাকোৰে দূৰ্গম ৰাস্তাৰে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু মৰিগাৱঁৰ বিধায়ক ৰমাকান্ত দেউৰী। আমগুৰিৰ

গোলাঘাটত আছুৰ উদ‍্যোগত নাগৰিকৰ সভা।

গোলাঘাটত আছুৰ উদ‍্যোগত নাগৰিকৰ সভা। গোলাঘাটৰ মাজমজিয়াত থকা শ্বহীদ ভৱনত আজি আছুৰ তত্বৱধানত এখন ৰাজহুৱা নাগৰিক সভা আয়োজন কৰা হয়। পৌৰকৰ বৃদ্ধি, প্ৰকৃতিক গেছ ঘৰে ঘৰে যোগান ,যান যতৰ সমস্যা আদি কৰি বিভিন্ন সমস্যাৰ সামাধানৰ বাবে উক্ত

বি টিএ ডি প্ৰধান প্ৰমোদ বড়োৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে চোকা সমালোচনা ।

বি টিএ ডি প্ৰধান প্ৰমোদ বড়োৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে চোকা সমালোচনা আজি এম চি এল এ মুনমুন ব্ৰহ্মৰ প্রত্যুৎত্তৰ আৰু চোকা ভাষাৰে সমালোচনা।নামনি অসম তথা বিটিএডি এলেকাৰ কোকৰাঝাৰ আৰু তামুলপুৰ সমষ্টি দখলক লৈ দুই ভিন্ন দল বিপিএফ