Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্রী পীয়ুষ হাজৰিকাই দুই সাংবাদিকক দিয়া ভাবুকিৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

  গণ বাৰ্তা কাকজান,২এপ্ৰিল : ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পত্নীয়ে কা" ওপৰত কৰা এটা মন্তব্য সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ প...

 


গণ বাৰ্তা কাকজান,২এপ্ৰিল : ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পত্নীয়ে কা" ওপৰত কৰা এটা মন্তব্য সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে এটা ব্যক্তিগত নিউজ চেনেলত সেই বাতৰি প্ৰচাৰ হৈছিল। প্ৰতিদিন টাইম নামৰ ব্যক্তিগত নিউজ চেনেলটোত বাতৰি পৰিৱেশন হোৱাৰ পাছতে চেনেলটোৰ দুগৰাকী জাগীৰোডৰ সাংবাদিকক প্ৰভাৱশালী মন্ত্রী পীয়ূষ হাজৰিকাই প্ৰতিশোধ লোৱাৰ এক চৰম ভাবুকি প্ৰদান কৰে। গণতন্ত্রৰ চতুর্থ স্তম্ভক চৰম অপমান কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টীয়কতো যোৰহাট জিলাৰ ই- মিডিয়াৰ উদ্যোগত, যোৰহাট জিলা সাংবাদিক সন্থা, যোৰহাট জিলা আপকু, 'আজু' যোৰহাট জিলা সমিতি, টীয়ক প্ৰেছ ক্লাৱ আৰু টীয়কৰ বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। লগতে নিতৌ সাংবাদিক হত্যা ,সাংবাদিকক ভাবুকি, শোষণ আদি বন্ধ কৰিবলৈ দল-সংগঠনে দাবী জনায় ।

No comments