Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছয়গাঁৱৰ জাৰুৱাগাঁৱত ধুমুহাত বিস্তৰ ক্ষতি

গণ বাৰ্তা , ছয়গাঁও , ৮ এপ্ৰিল : আজি পুৱতি নিশা প্ৰায় ৪ বজাত অহা প্ৰচণ্ড ধুমুহাই ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জাৰুৱাগাঁৱত বিস্তৰ ক্ষতিসাধন কৰে।...


গণ বাৰ্তা , ছয়গাঁও , ৮ এপ্ৰিল
: আজি পুৱতি নিশা প্ৰায় ৪ বজাত অহা প্ৰচণ্ড ধুমুহাই ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জাৰুৱাগাঁৱত বিস্তৰ ক্ষতিসাধন কৰে।ধুমুহাই গাঁওখন কেবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গাওখনৰ প্ৰায়বোৰ পৰিয়ালে ক্ষতিগ্ৰস্ত হয়। ট্ৰেন্সফৰ্মাৰ সহ বৈদ্যুতিক খুটা মাটিত বাগৰি পৰাত বিদ্যুৎ যোগানো ব্যাহত হয়। তদুপৰি গাঁওখনত থকা মালভোগকলৰ বাগান সমূহৰ কলগছবোৰ ধুমুহাত ভাগি যোৱাৰ ফলত বাগান সমূহো বেয়াকৈ ক্ষতিগ্ৰস্ত হয়‌।আনহাতে কৰ্দেগুৰি গাঁৱৰ একাংশটো ধুমুহাই ক্ষতিসাধন কৰা বুলি জানিব পৰা গৈছে।

No comments