Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী আঃ ৰহিম আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ছলমান খুৰ্শ্বিদৰ

গণবাৰ্তা,হাউলী,৩ এপ্ৰিলঃ বৰপেটাৰ হাউলীৰ কাউৰপাৰাত মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ সমৰ্থনত শুকুৰবাৰে নিশা অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচন...


গণবাৰ্তা,হাউলী,৩ এপ্ৰিলঃ
বৰপেটাৰ হাউলীৰ কাউৰপাৰাত মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ সমৰ্থনত শুকুৰবাৰে নিশা অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী সভা ৷ নিৰ্বাচনী সভাত চুপ্ৰিম কোৰ্টৰ বলিষ্ঠ এডভোকেট তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰশ্বিদে অংশলৈ বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিৰ ভ্ৰষ্টাচাৰী আৰু সাম্প্ৰদায়িকতাৰ শাসনক বিদায় দিবলৈ আহ্বান জনায় ৷ নিৰ্বাচনী প্ৰচাৰ সভাত বিহাৰৰ বিধায়ক ছাকিল আহমেদ খানে অংশলৈ বিজেপিৰ অপপ্ৰচাৰ আৰু ঘৃণাৰ ৰাজনীতিক উফৰাই দিবলৈ ৰাইজক আহ্বান জনায় ৷ পেট্ৰল-ডিজেল,ৰন্ধনগেছকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি ঘটাই সাধাৰণ জনতাক মাধমাৰ সোধাইছে বুলিও কয় বিহাৰৰ কংগ্ৰেছ বিধায়ক গৰাকীয়ে ৷ সভাত বৰপেটাৰ সাংসদ আব্দুল খালেক বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ কংগ্ৰেছ নেতা অধিবক্তা আব্দুছ ছামাদ আহমেদ এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ সভাপতি মুফতি শ্বামচুদ্দিন আহমেদকে ধৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কেবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে ৷

No comments