Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভাৰত নাট্যম বিশাৰদ ডিগ্ৰী লাভ টীয়কৰ অৰুন্ধতী

গণ বাৰ্তা,টীয়ক, ২এপ্ৰিল : যোৰহাট জিলাৰ টীয়ক ৰজাবাৰী নামচুকৰ অৰুন্ধতী বৰাই ভাৰত নাট্যম বিশাৰদ ডিগ্ৰী লাভ কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই অনাত অঞ্চলটোৰ...


গণ বাৰ্তা,টীয়ক, ২এপ্ৰিল : যোৰহাট জিলাৰ টীয়ক ৰজাবাৰী নামচুকৰ অৰুন্ধতী বৰাই ভাৰত নাট্যম বিশাৰদ ডিগ্ৰী লাভ কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই অনাত অঞ্চলটোৰ লগতে টীয়ক বাসী উৎফুল্লিত হৈছে। সংগীতৰ সাধক, শিক্ষক তথা সমাজসেৱক অশোক বৰা আৰু পূৰ্ণিমা ফুকনৰ একমাত্ৰ কন্যা অৰুন্ধতী বৰা বৰ্তমান যোৰহাট প্ৰিন্স অৱ ওৱেলচৰ " চিভিল" বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী। যোৰহাট নৃত্যাঞ্জলীৰ নৃত্য বিশাৰদ সংগীত নাটক অকাডেমি বঁটা প্ৰাপক অঞ্জলী বৰবৰাৰ নেতৃত্বত প্ৰশিক্ষণ প্ৰাপ্ত অৰুন্ধতীৰ এই সফলতাত অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।

No comments