Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

খাৰুপেটীয়াত মিত্ৰজোটৰ কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াচক উষ্ম আদৰণি

গন বাৰ্তা খাৰুপেটীয়া ১০ মাৰ্চ : দৰঙৰ দলগাও সমষ্টিত মিত্ৰজোটৰ কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াচ আলীক সমষ্টিবাসীৰ বিপুল আদৰণি । কালি দলীয়ভাৱে ঘোষিত মিত...


গন বাৰ্তা খাৰুপেটীয়া ১০ মাৰ্চ
: দৰঙৰ দলগাও সমষ্টিত মিত্ৰজোটৰ কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াচ আলীক সমষ্টিবাসীৰ বিপুল আদৰণি । কালি দলীয়ভাৱে ঘোষিত মিত্ৰজোটৰ কংগ্ৰেছৰ দ্বিতীয়খন তালিকা প্ৰকশ কৰাৰ পিচত আজি দলগাও সমষ্টিৰ প্ৰাৰ্থী ইলিয়াচক আজি শ শ বাইকেৰে খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে বিশাল সমদলেৰে আদৰণি জনোৱা হয় ।সমদলৰ সময়ত সাংবাদিকৰ আগত ইলিয়াচে বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে, এইবাৰ বিজেপি শাসনৰ অৱসান ঘটোৱাই প্ৰধান লক্ষ্য মিত্ৰজোটৰ ।লগতে তেওৰ বিৰুদ্ধে দলগাও উন্নয়ন হোৱা নাই বুলি উত্থাপিত হোৱা অভিযোগ খণ্ডন কৰি কয় যে সেইটো দলগাওবাসীয়ে জানে দলগাৱৰ উন্নয়ন হৈছে নে নাই ।উল্লেখ্য যে, সহস্ৰাধিক সমৰ্থকে খাৰুপেটীয়াৰ পৰা ওলোৱা সমদলটো দলগাও , বেচিমাৰী আদি অঞ্চললৈ ইলিয়াচ আলী জিন্দাবাদ , বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ । উল্লেখ্য যে সমষ্টিটোত মিত্ৰজোটৰ ইউডিএফৰ মজিবুৰ ৰহমানৰ ওপৰিও ৰাইজৰ দলৰ ওমৰ আলী আৰু অগপৰ পাৰ্থীও নিৰ্বাচনত মনোনয়নপত্ৰ দাখিল কৰিব ।

No comments