Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাজোত বৃহৎ পৰিমাণৰ ধন জব্দ

গণ বাৰ্তা হাজো,২৩ মাৰ্চঃ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত হাজোত বিলাসী বাহন সহ বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জান...


গণ বাৰ্তা হাজো,২৩ মাৰ্চঃ
নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত হাজোত বিলাসী বাহন সহ বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,আজি বিয়লি প্ৰায় চাৰি বজাত হাজোত পতনিত এছ এছ টী আৰু আৰক্ষীৰ যৌথ অভিযান চলাই এ এছ ০১/ই এছ/২৭১৪ নম্বৰৰ বিলাসী বাহন খনৰ পৰা নগদ ৬ লাখ ২০ হাজাৰ টকা জব্দ কৰে।এই বৃহৎ পৰিমাণৰ ধন ৰাখি মুকালমুৱাৰ চামচুল আলী নামৰ ব্যক্তি জনে গুৱাহাটীৰ পৰা মুকালমুৱালৈ নি থকাৰ সময়তে যুটীয়া অভিযানত জব্দ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাত উপযুক্ত নথি পত্ৰ অবিহনে নগদ পঞ্চাশ হাজাৰতকৈ অধিক ধন সৰবৰাহ ত নিষেধাজ্ঞা অব্যাহত থকাৰ সময়তে এই বৃহৎ পৰিমাণৰ ধন সৰবৰাহ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

No comments