Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মহাজোঁটে ভাল খবৰ আনিব: মনেশ্বৰ ব্ৰহ্ম

দীপাংকৰ বৰুৱা,মুছলপুৰ,১ মাৰ্চঃ  বিপিএফ দলে মহাজোঁটত চামিল হোৱাৰ খবৰ ৰাজহুৱা কৰাত আনন্দিত হৈ পৰিছে বিপিএফ সমৰ্থক। আজি বৰমাত বিপিএফৰ কাৰ্যালয়ত...


দীপাংকৰ বৰুৱা,মুছলপুৰ,১ মাৰ্চঃ
 বিপিএফ দলে মহাজোঁটত চামিল হোৱাৰ খবৰ ৰাজহুৱা কৰাত আনন্দিত হৈ পৰিছে বিপিএফ সমৰ্থক। আজি বৰমাত বিপিএফৰ কাৰ্যালয়ত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ৫২ সংখ্যক জন্ম দিন পালন কৰে তেওঁৰ সমৰ্থক সহিতে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই। জন্মদিন পালন কৰি বিধায়কজনে হাগ্ৰামা মহিলাৰীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰি তওঁৰ ৰাজনৈতিক জীৱনৰ সফলতা কামনা কৰে। লগতে তেওঁ মহাজোঁটত চামিল হোৱাটো দলৰ বাবে ভাল বুলি কৈ ভাল ফল পোৱা যাব বুলিও কয়।

No comments