Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত নাৰী দিৱস উদযাপন

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১০ মাৰ্চ :   অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান উত্তৰ পশ্চিম খণ্ডৰ  ঢেঁকৰগঢ়া ভোগদৈ মণ্ডল পয্যায়ৰ সংগঠন থোপ ,,গ,,ৰ উদ্...



ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১০ মাৰ্চ :   অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান উত্তৰ পশ্চিম খণ্ডৰ  ঢেঁকৰগঢ়া ভোগদৈ মণ্ডল পয্যায়ৰ সংগঠন থোপ ,,গ,,ৰ উদ্যোগত যোৱা ৮ মাৰ্চৰ দিনা বিশ্ব নাৰী দিৱস উলহ মালহেৰে উদযাপন কৰা হয় । যোৰহাট জিলাৰ নাওবৈছাঁত অবৱস্থিত ভোগদৈ মণ্ডল পয্যায়ৰ কাৰ্য লয়ৰ পৰা এক শুভ যাত্ৰা কৰি ,,,যুৱ লেখক কৌষ্ঠভ প্ৰতিম কাশ্যপৰ দ্বাৰা লিখিত নাৰী সৱলী কৰনৰ  ওপৰত এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ।পাছত ইলা  বনিয়া ই আঁত ধৰা মুকলি  সভাত  সভানেত্ৰী আসন গ্ৰহণ কৰে বিনাপানী দাস হাজৰিকাই ।  অৰ্চনা দত্তৰ উদ্দেশ্য বাখ্যাৰে সভাখনত বিশিষ্ট ব্যক্তি হিচাবে উপস্থিত থাকে ,,,,জিলা কাৰিকৰী বিষয়া ৰূপম হাজৰিকা ,,,তাচৰিনা ফাইছ ,,,,প্ৰিয়ম শইকীয়া ,,,আৰু নিৰ্দিষ্ট বক্তা হিচাবে তেজপুৰ মানসিক চিকিৎসালয়ৰ মনো বিজ্ঞানী  অংকিতা দত্ত । প্ৰায় দুশৰো অধিক মহিলাৰ উপস্থিতিত  অনুষ্ঠিত হোৱা  সভা খনত শেষত ইলা বনিয়াই সকলোকে শলাগৰ শৰাই আগবঢ়াই শলাগ লয় ।

No comments