Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটা সদৰ সমষ্টিৰ মহাজোঁট বন্ধনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদক ভৱানীপুৰ ব্লক গ্ৰামোন্নয়ন সমিতিৰ সমৰ্থন

গণবাৰ্তা,হাউলী,২৬ মাৰ্চঃ সমাগত বিধান সভা নিৰ্বাচনৰ বৰপেটা সদৰ সমষ্টিৰ মহাজোঁট বন্ধনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদলৈ বেচৰকাৰী সংস্থ...


গণবাৰ্তা,হাউলী,২৬ মাৰ্চঃ
সমাগত বিধান সভা নিৰ্বাচনৰ বৰপেটা সদৰ সমষ্টিৰ মহাজোঁট বন্ধনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদলৈ বেচৰকাৰী সংস্থা ভৱানীপুৰ ব্লক গ্ৰামোন্নয়ন সমিতিয়ে শুক্ৰবাৰে দিনৰ ১০ বজাত ভৱানীপুৰ ব্লক চ'ক প্ৰাঙ্গণত সভাপতি শ্বফিউৰ ৰহমানৰ উপস্থিতিত সমৰ্থন আগবঢ়োৱা হয়। উক্ত সমিতি খনৰ সাধাৰণ সম্পাদক মকবুল হুছেইন,আনছেৰ আলী,সমাজ কৰ্মী আহমদ আলী সহ ভালে সংখ্যক সদস্যই উপস্থিত থাকি প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদক বিপুল ভাৱে ভোটদান আগবঢ়াব বুলি ব্যক্ত কৰাৰ লগতে সদাসয় ৰাইজকো বিশেষভাৱে আহ্বান জনাই আহমেদক সৰ্বোতো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰে। 

No comments