Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিশাল সমৰ্থক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে খুমটাই ভাৰতীয় জনতা পাৰ্টিৰ পাৰ্থী মৃণাল শইকীয়াই

গণ বাৰ্তা বিশেষ,গোলাঘাট,৯ মাৰ্চ : গোলাঘাটত বিশাল জন সমাগম l বিশাল জনতা লগত লৈ গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ত  মনোনয়ন পত্ৰ দাখিল কৰিলে খুমটাই স...


গণ বাৰ্তা বিশেষ,গোলাঘাট,৯ মাৰ্চ : গোলাঘাটত বিশাল জন সমাগম l বিশাল জনতা লগত লৈ গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ত  মনোনয়ন পত্ৰ দাখিল কৰিলে খুমটাই সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ পাৰ্থী মৃণাল শইকীয়াই l মৃণাল শইকীয়াৰ বাসগৃহৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পথ পদ যাত্ৰা কৰি মনোনয়ন দাখিল কৰিলে মৃণাল শইকীয়াই l খুমতাই উন্নয়নৰ বাবেই ৰাইজে স্ব ইচ্ছাৰে এই ৰাইজ মৃণাল শইকীয়াৰ লগত উলাই আহিছে বুলি মন্তব্য কৰে মৃণাল শইকীয়াই। আনফালে বিনা প্ৰতিদন্দিতাৰে ভাৰতীয় জনতা পাৰ্টিৰ খুমটাই সমষ্টিৰ পাৰ্থী মৃণাল শইকীয়া জয়ী বুলি গোলাঘাটত মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ l মঙ্গলবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহা কাৰ্য্যসূচীত  মৃণাল শইকীয়াৰ লগত অংশগ্ৰহণ কৰি এই বুলি মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাচাই। মৃনাল শইকীয়াৰ সমৰ্থনত আজি উক্ত কাৰ্য্যসূচীত উপস্থিত জন সমাগম দেখি অভিভূত হল সাংসদ গৰাকী l আৰু আগন্তুক বিধান সভা নিৰ্বাচনত খুমটাই সমষ্টিৰ পৰা ১০০ শতাংশই মৃণাল শইকীয়া জয় নিস্বিত  বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে।

No comments