Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গহপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ মনোনয়ন প্ৰত্ৰ দাখিল

গণ বাৰ্তা বিশেষ:গহপুৰ : ৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰিপুন বৰাই মনোনয়ন পত্ৰ দাখিল কৰে । গহপুৰ হাইস্কুল খেল ...


গণ বাৰ্তা বিশেষ:গহপুৰ
: ৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰিপুন বৰাই মনোনয়ন পত্ৰ দাখিল কৰে । গহপুৰ হাইস্কুল খেল পথাৰৰ পৰা বিশাল ৰেলি কৰি আহি গহপুৰৰ জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে । পত্নী তথা প্ৰাক্তন বিধায়িকা মনিকা বৰাক কাষত ৰাখি ৰিপুন বৰাই মনোনয়ন দাখিল কৰে । কিছু সময়ৰ বাবে ৰিপুন বৰাক সংগ দিয়ে সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ।


No comments