Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গৰেমাৰী অঞ্চলত ধুমুহা শিলাবৃষ্টিত ক্ষতিসাধন

বুলবুল হুছেইন,গৰেমাৰী,৩০ মাৰ্চ : বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত ঘিলাজাৰী মৌজাৰ গৰেমাৰী অঞ্চলৰ গৰেমাৰী,গৰেমাৰী পাথাৰ,বাহমুৰা,জাহোৰপাম আদি গাঁও সম...


বুলবুল হুছেইন,গৰেমাৰী,৩০ মাৰ্চ : বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত ঘিলাজাৰী মৌজাৰ গৰেমাৰী অঞ্চলৰ গৰেমাৰী,গৰেমাৰী পাথাৰ,বাহমুৰা,জাহোৰপাম আদি গাঁও সমূহত ২৯ মাৰ্চ তাৰিখে আবেলি ধুমুহা শিলাবৃষ্টিয়ে ব্যাপক ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে । ধুমুহা শিলাবৃষ্টিয়ে গছ গছনি ভাঙি পেলোৱাৰ ওপৰি বহুতো ঘৰ বাৰী ভাঙি গৈ ক্ষতিসাধন হৈছে । ধুমুহাই বিদ্যুতৰ খুটি,তাৰ ছিগি পেলোৱাত দুই দিন ধৰি বিদ্যুত যোগান ব্যাহত হৈ পৰিছে । ২৯ মাৰ্চৰ ধুমুহাই দক্ষিণ গৰেমাৰী এম ই মাদ্ৰাছা খন সম্পূৰ্ণৰূপে ভাঙি গৈ আচবাব সমূহ ধ্বংস হৈছে ।


No comments