Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য : যোৰহাট আৰক্ষীৰ জালত ম'ষ্ট ৱান্টেড কুখ্যাত অপৰাধী বুবু কোঁৱৰ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৪ মাৰ্চ : যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰৰ পৰা কালি যোৰহাট আৰক্ষীয়ে  আটক কৰে কুখ্যাত অপৰাধী বুবু কোঁৱৰক । লগতে ৩৫ গ্ৰাম ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৪ মাৰ্চ : যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰৰ পৰা কালি যোৰহাট আৰক্ষীয়ে  আটক কৰে কুখ্যাত অপৰাধী বুবু কোঁৱৰক । লগতে ৩৫ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ সহ দুখন এ টি এম কাৰ্ড সহ  ৬, ৮০০ টকা জব্ধ কৰা হয় । উল্লেখ্য যে সন্দেহযুক্ত ব্ৰাউন চুগাৰ খিনিৰ মূল্য প্ৰায় ৭০,০০০ টকা বুলি আৰক্ষীয়ে উল্লেখ কৰে । আনহাতে  নম্বৰ প্লেট বিহিন এখন বাইকো জব্ধ কৰা হয় । উল্লেখ্য যে পূর্বেও হত্যা, ডকাইতি, অপহৰণ, গাড়ী চুৰি, আদি বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ হৈছিল বুবু কোঁৱৰ নামৰ অপৰাধীটো ।


No comments