Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত জাতীয় পৰিষদৰ প্ৰাৰ্থী সমাজ কৰ্মী নিৰোদ চাংকাকতি

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,৭ মাৰ্চ:  অৱশেষত ঘোষনা হল   জাতীয় পৰিষদৰ  যোৰহাটৰ  প্ৰাৰ্থী নিৰোদ চাংকাকতিৰ নাম । কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ নাম...


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,৭ মাৰ্চ:  অৱশেষত ঘোষনা হল   জাতীয় পৰিষদৰ  যোৰহাটৰ  প্ৰাৰ্থী নিৰোদ চাংকাকতিৰ নাম । কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষনা হোৱাৰ পাছত ৰাইজৰ দলৰ আৰু জাতীয় পৰিষদৰ  প্ৰাৰ্থী কাক  দিব এই লৈ যোৰহাটত ৰহস্যময় হৈ আছিল যদিও আজি সন্ধিয়া পোৱা এক খবৰে সেই ৰহস্য ফাদিল হয় । যোৰহাট সমষ্টিৰ বাবে জাতীয় পৰিষদৰ প্ৰাৰ্থী সমাজ কৰ্মী নিৰোদ চাংকাকতিক  দিয়া বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে  । উল্লেখ্য যে এতিয়া ৰাইজৰ দলে কেনেদৰে সহযোগিতা আগবঢ়ায় সেইহে লক্ষ্যনীয় হব  ।

No comments