Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতাবৰ মহকুমাক পূৰ্ণাঙ্গ ৰূপ দিয়া : দক্ষতা বিকাশ আৰু স্বনিয়োজনৰ প্ৰতিশ্ৰুতিৰে তিতাবৰত বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাৰ সাংবাদমেল

গণ বাৰ্তা, তিতাবৰ , ১০ মাৰ্চ : তিতাবৰ মহকুমাক পূৰ্ণাঙ্গ ৰূপ দিয়া , প্ৰতি ঘৰে ঘৰে খোৱাপানীৰ ব্যৱস্থা কৰা, কৰ্মমুখী আঁচনি ৰূপায়ন, জলসিঞ্চনৰ ব্...


গণ বাৰ্তা, তিতাবৰ , ১০ মাৰ্চ : তিতাবৰ মহকুমাক পূৰ্ণাঙ্গ ৰূপ দিয়া , প্ৰতি ঘৰে ঘৰে খোৱাপানীৰ ব্যৱস্থা কৰা, কৰ্মমুখী আঁচনি ৰূপায়ন, জলসিঞ্চনৰ ব্যৱস্থা সুনিশ্চিত কৰা,  দক্ষতা বিকাশ আৰু স্বনিয়োজনৰ প্ৰতিশ্ৰুতিৰে তিতাবৰত অগপ , বিজেপি দলৰ মিত্ৰজোতৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই অনুষ্ঠিত কৰিলে সাংবাদমেল। সাংবাদমেলত কলিতাই আত্মনিৰ্ভৰশীল দুৰ্নীতি মুক্ত শ্বাস্বতাৰ তিতাবৰ গঢ়াৰ লক্ষ্যৰে জাতি , ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ৰাইজকে উপকৃত কৰিবলৈ যোগাত্মক ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি অসমৰ শৈক্ষিক মানচিত্ৰত তিতাবৰ educational Hub হিচাবে জিলিকাই ৰাখিবলৈ চেষ্টা কৰিব বুলি মন্তব্য কৰে।

No comments