Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লুৰিণজ্যোতি গগৈৰ ওপৰত আক্ৰমণঃ নিৰ্বাচন আয়োগক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

গণ বাৰ্তা, বোকাজান, ১ মাৰ্চঃ নলবাৰী জিলাৰ কালাগত কালি বিয়লি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ ঘটনাক কঠোৰ ভা...


গণ বাৰ্তা, বোকাজান, ১ মাৰ্চঃ
নলবাৰী জিলাৰ কালাগত কালি বিয়লি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আজি কাৰ্বি আংলং জিলাৰ বোকাজানত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত এই মন্তব্য কৰাৰ লগতে দোষীক শীঘ্ৰে কৰায়ক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। নিৰ্বাচনী হিংসাৰ জৰিয়তে গণতান্ত্ৰিক ব্যৱস্থাটোক নিঃশেষ কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰি ভট্টাচাৰ্যই লগতে এই সন্দৰ্ভত নিৰ্বাচনী আয়োগক কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। 

No comments