Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ গ্ৰন্থ মেলাত , শিশু গ্ৰন্থ "জিয়াৰ ডায়েৰী, উন্মোচন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,৫ মাৰ্চ : যোৰহাটৰ জিলা  ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত  গ্ৰন্থ  মেলা আৰু সাহিত্য উৎসৱত  আজি  বিশিষ্ট লেখক সাংবাদিক ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,৫ মাৰ্চ : যোৰহাটৰ জিলা  ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত  গ্ৰন্থ  মেলা আৰু সাহিত্য উৎসৱত  আজি  বিশিষ্ট লেখক সাংবাদিক  কবিৰ শইকীয়াৰ শিশু গ্ৰন্থ "জিয়াৰ ডায়েৰী,  উন্মোচন হয় | গ্ৰন্থ খন উন্মোচন কৰে ৰামায়নী সাহিত্যৰ গৱেষক ড0 মলিনীয়ে ।উক্ত গ্ৰন্থ উন্মোচনী সভাৰ গ্ৰাম্ভিয্যপূৰ্ণ অনুস্থানত উপস্হিত থাকে অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি অখিল চক্ৰৱতী,শিশু সাহিত্যিক অনন্ত শৰ্মা সহ বহু গন্য মান্য ব্যক্তিসকলক উপস্থিত থাকে ।

No comments