Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লামডিঙত বিলাতি সুৰা জব্দ

গণ বাৰ্তা লামডিং১৯ মাৰ্চ: নিৰ্বাচনৰ পূৰ্ৱে লামডিঙৰ বিভিন্ন প্ৰান্তত তৎপৰ আৰক্ষী তথা ফ্লায়িং স্কোৱাট।আজি সন্ধিয়া লামডিঙ বিভিন্ন অঞ্চলত ফ্লায়...


গণ বাৰ্তা লামডিং১৯ মাৰ্চ:
নিৰ্বাচনৰ পূৰ্ৱে লামডিঙৰ বিভিন্ন প্ৰান্তত তৎপৰ আৰক্ষী তথা ফ্লায়িং স্কোৱাট।আজি সন্ধিয়া লামডিঙ বিভিন্ন অঞ্চলত ফ্লায়িং স্কোৱাটে আৰু লামডিং আৰক্ষী চলাইছিল অভিযান ৷বহু দিনৰ পৰাই লামডিঙৰ অলিয়ে গলিয়ে অবৈধ সুৰাৰ বিপীনি গঢ় লৈ উঠিছে ৷ একাংশ অসাধু চক্ৰ চলাই গৈছে দিনে ৰাতি অবৈধ মদৰ ৰম্ ৰমিয়া বেহা। এক গোপন সূত্ৰে খবৰ পাই যোৱা ৰাতি ফ্লাইং স্কোৱট লামডিঙৰ বিভিন্ন এলেকাত অভিযান চলায় ৷ আৰু লামডিঙ বিভিন্ন স্থানৰ ক্রশ্চিং গেট, লঙ্কা ৰোড তিনিআলিৰ পৰা ৩১ বটল বিদেশী সুৰা জব্দ কৰে ৷

No comments