Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

"হিমন্তৰ মূখ্যমন্ত্ৰীৰ হোৱাৰ সপোন সপোন হৈয়ে ৰ'ব" - গৌৰৱ গগৈ

 গণ বাৰ্তা বৰপথাৰ, ১৯ ফেব্ৰুৱাৰী :  নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ সমান্তৰালকৈ ব...


 গণ বাৰ্তা বৰপথাৰ, ১৯ ফেব্ৰুৱাৰী :  নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ সমান্তৰালকৈ ব্যতিক্ৰমী নহয় অসম প্ৰদেশ কংগ্ৰেছ দলো । আজি ৯৪ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ নগৰৰ মাজমজিয়াস্থিত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ প্ৰাঙ্গণত সৰুপথাৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত বুথ সংকল্প শিবিৰ অনুষ্ঠিত হয় । উক্ত সভাত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, চত্তিছগড়ৰ মন্ত্ৰী গোলাপ ক'মৰো, স্থানীয় বিধায়িকা ৰ'জলিনা তিৰ্কীৰ লগতে বহু কেইজন দলীয় জেষ্ঠ নেতৃত্বত ৰ  উপস্থিতিত বুথ সংকল্প শিবিৰ অনুষ্ঠিত হয় । সভাত প্ৰায় পঞ্চাচ খনৰো অধিক বুথ কমিটীৰ সভাপতি সম্পাদককে অংশ গ্ৰহন কৰে। আনহাতে সাংসদ গৌৰৱ গগৈৰ উপস্থিত থাকি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে । ভাষণ প্ৰশংগত সাংসদ জনে কয় যে জনপ্ৰিয় বিজেপি নেতা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ মূখ্য মন্ত্ৰী হোৱাৰ সপোন সপোন হৈ য়ে থাকিব বুলি মন্তব‌্য আগবঢ়ায় । ইফালে চত্তিছগড়ৰ মন্ত্ৰী গৰাকীয়েও সভাত উপস্থিত থাকি কেনেধৰনে দলীয় কামকাজ কৰিব লাগিব সেই কথা কাৰ্য্যকতা সকলৰ আগত অবগত কৰে । উল্লেখযোগ্য যে সমষ্টিটোৰ অন্তৰ্গত বহু কেইটা ৰাজনৈতিক দলৰ প্ৰায় শতাধিক দলীয় কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।


No comments