Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছিপাঝাৰত কুকুৰা পোৱালী বিতৰণ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ

গণবাৰ্তা, ছিপাঝাৰ,১৬ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ পশুপালন বিভাগৰ জৰিয়তে ছিপাঝাত কালি দৰিদ্ৰ হিতাধিকাৰী সকলৰ মাজত উন্নত জাতৰ কুকুৰা পোৱালী বিতৰণ ক...


গণবাৰ্তা, ছিপাঝাৰ,১৬ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ পশুপালন বিভাগৰ জৰিয়তে ছিপাঝাত কালি দৰিদ্ৰ হিতাধিকাৰী সকলৰ মাজত উন্নত জাতৰ কুকুৰা পোৱালী বিতৰণ কৰা হয়। ছিপাঝাৰৰ ২৫ খন গাওঁ পঞ্চায়তৰ ৩৬০ গৰাকী হিতাধিকাৰীক কুকুৰা পোৱালী বিতৰণ কৰি বিধায়ক বিনন্দ কুমাৰ শইকীয়াই কয়- 'দৰিদ্ৰ লোক সকলে উন্নত জাতৰ কুকুৰা পোৱালী পালন কৰি তেওঁলোকৰ জীৱনটো সচ্চল কৰি তোলাৰ প্ৰতি আশা প্ৰকাশ কৰে।এনে কুকুৰা পোৱালীৰ বজাৰ মূল্য সাধাৰণতে বয়লাৰ বা ঘৰুৱা কুকুৰাতকৈ অলপ বেছি। যাৰ বাবে হিতাধিকাৰী সকল লাভাম্বিত হোৱাৰ আশা ৰাখে।' হিতাধিকাৰী সকলক চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিবলৈও আহ্বান জনায়।সমষ্টিটোৰ দৰিদ্ৰ লোক হিতাধিকাৰী সকলে চৰকাৰৰ পশুপালন বিভাগৰ লগতে বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ এনে পদক্ষেপৰ শলাগ লয়।

No comments