Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শালবাৰীৰ নিকটৱৰ্তী হলংবাৰীত সাৰ্বজনীন শ্ৰী শ্ৰী তাৰকাব্ৰহ্ম নামযজ্ঞ মহোৎসৱ

আমিৰ আলী, শালবাৰী, ১৬ ফেব্ৰুৱাৰীঃ শালবাৰীৰ সমীপৰ বজালীৰ অন্তৰ্গত হলংবাৰীত কালিৰেপৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত হৈছে সাৰ্বজনীন শ্ৰীশ্ৰী তাৰকাব্ৰহ...


আমিৰ আলী, শালবাৰী, ১৬ ফেব্ৰুৱাৰীঃ শালবাৰীৰ সমীপৰ বজালীৰ অন্তৰ্গত হলংবাৰীত কালিৰেপৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত হৈছে সাৰ্বজনীন শ্ৰীশ্ৰী তাৰকাব্ৰহ্ম নামযজ্ঞ মহোৎসৱ৷ এই অনুষ্ঠানৰ কাৰ্যসূচীনুসৰি ১৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া বিগ্ৰহ স্থাপন, শ্ৰীমদ্ভাগবত পাঠ আৰু মঙ্গল ঘট স্থাপন হৈ যায়৷ ১৫ ফেব্ৰুৱাৰীত ৰাতিপুৱাৰে পৰা নামকীৰ্তন৷ ১৬ ফেব্ৰুৱাৰীত নামযজ্ঞ,পদৱলী কীৰ্তন,শ্ৰীশ্ৰী গৌৰ গোবিন্দৰ ভোগ মহোৎসৱ৷১৭ ফেব্ৰুৱাৰীত নগৰ কীৰ্তন,দধি মঙ্গল ও কুঞ্জনভঙ্গৰে চাৰিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি বাবুলাল মণ্ডল আৰু সম্পাদক প্ৰেমানন্দ মণ্ডলে জানিব দিছে৷

No comments