গণ বাৰ্তা কাকজান, ৮ফেব্ৰুৱাৰী: যোৰহাট জিলা কাকজানত আজি অগপৰ দখলত থকা টীয়ক সমষ্টীত কংগ্ৰেছে বজালে আজি নিৰ্বাচনী ৰণশিঙা ।টীয়কৰ কাকজান কৃষ্...
গণ বাৰ্তা কাকজান, ৮ফেব্ৰুৱাৰী: যোৰহাট জিলা কাকজানত আজি অগপৰ দখলত থকা টীয়ক সমষ্টীত কংগ্ৰেছে বজালে আজি নিৰ্বাচনী ৰণশিঙা ।টীয়কৰ কাকজান কৃষ্টি কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়েজিত বুথ সংকল্প শিৱিৰত কেইবা সহস্ৰাধিক কংগ্ৰেছ কৰ্মী সমাবেত হোৱা সভাত বিগত সময়ত টীয়কত লবী কেন্দ্ৰীক ৰাজনীতিৰ বাবেই পৰাজয় বৰণ কৰিব লগা হৈছিল কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ বুলি ক্ষোভেৰে মত ব্যয় কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।দলীয় বুথ সভাতে ৰিপুন বৰাই বিজেপিৰ স্বৰচাৰিটা শাসনৰ এইবাৰ অন্ত পৰিব বুলি কোৱাৰ লগতে টীয়ক সমষ্টিত পল্লৱী গগৈ বিপুল ভোটত জয়ী হ'ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।কিন্তু এইবাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক জয় কৰোৱাৰ পনলৈ সকলো কংগ্ৰেছ কৰ্মীক এক হোৱা দেখা গল দেখা গল যে এই সংকল্প সভাতে । ইফালে চত্ৰিশগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেলৰ হোৱা সংবাদ মাধ্যমৰ হে হোৱা বাৰ্তালাপত অসমত পুনৰ কংগ্ৰেছৰ শক্তি সবল স্থিতি স্পষ্ট হৈছে বুলি কোৱাৰ লগতে বিধান সভা নিৰ্বাচনত টীয়কত পল্লৱী গগৈ জয়ী নিশ্চিত হোৱাটো এই সংকল্প সভাৰ পৰাই বুজিব পাৰি মত ব্যক্ত কৰে ।
No comments