Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৱৰ্ল্ড ৰেংকিং ছিৰিজত অৱতীৰ্ণ হ'ব ৩০ ভাৰতীয় মল্লযুঁজাৰু

  নতুন দিল্লী, ২৫ ফেব্ৰুৱাৰী : ৱৰ্ল্ড ৰেংকিং ছিৰিজত বজৰং পুনিয়াসহ ৩০ ভাৰতীয় মল্লযুঁজাৰু অৱতীৰ্ণ হ'ব। এই কথা ঘোষণা কৰিছে ভাৰতীয় কুস্তী মহ...


 
নতুন দিল্লী, ২৫ ফেব্ৰুৱাৰী: ৱৰ্ল্ড ৰেংকিং ছিৰিজত বজৰং পুনিয়াসহ ৩০ ভাৰতীয় মল্লযুঁজাৰু অৱতীৰ্ণ হ'ব। এই কথা ঘোষণা কৰিছে ভাৰতীয় কুস্তী মহাসংঘই। ৱৰ্ল্ড ৰেংকিং ছিৰিজৰ আয়োজন চাৰি মাৰ্চৰ পৰা ইটালীত আয়োজন হ'ব। এই ছিৰিজত ৩২খন দেশৰ ৩০০তকৈ অধিক মল্লযুঁজাৰুৱে অংশ ল'ব। পুনিয়াৰ লগতে ৰোহিতে ৬৫কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হ'ব। আনহাতে পাঞ্জাৱৰ সন্দিপ সিং আৰু প্ৰাক্তন চেম্পিয়ন মহাৰাষ্ট্ৰৰ নৰৰ্ছিং যাদৱে ৭৪কিলোঁগ্ৰাম শাখা প্ৰতিযোগিতাত অংশ ল'ব।

No comments