Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গৰৈমাৰীৰ ভাউৰীয়াভিঠাত নিশা আৰক্ষীৰ অভিযান; বূহৎ পৰিমাণৰ গাঞ্জা জব্দ; এজনক আটক

গণ বাৰ্তা গৰৈমাৰী,১ ফেব্ৰুৱাৰী : দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ভাউৰীয়াভিঠাত নিশা অৰ্তকীৰ্তে আৰক্ষীয়ে চলায় এক অভিযান।এক গোপন সূত্ৰৰ পম খেদি ছয়গাঁও...


গণ বাৰ্তা গৰৈমাৰী,১ ফেব্ৰুৱাৰী : দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ভাউৰীয়াভিঠাত নিশা অৰ্তকীৰ্তে আৰক্ষীয়ে চলায় এক অভিযান।এক গোপন সূত্ৰৰ পম খেদি ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰৰে।উল্লেখ্য যে জোৰশিমুলী চকীৰ এলেকাধীন ভাউৰীয়াভিঠা গাঁৱৰ ৰবিউল হুছেইনৰ ঘৰত মজুত কৰি ৰখা অৱস্থাত জব্দ প্ৰায় ১০ কেজি গাঞ্জা। আৰক্ষীৰ অভিযানত গাঞ্জা ব্যৱসায়ী ৰবিউল হুছেইনক আটক ।আটকাধীন গাঞ্জা ব্যৱসায়ী ৰবিউল হুছেইন সম্প্ৰতি ছয়গাঁও আৰক্ষীৰ জিম্বাত আছে।

No comments