গণ বাৰ্তা,নাজিৰা,১৮ ফেব্ৰুৱাৰীঃ নাজিৰাৰ মহকুমাধিপতি কাৰ্যালয় সভাকক্ষত আগন্তুক বিধান সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হৈ যায় সভ...
গণ বাৰ্তা,নাজিৰা,১৮ ফেব্ৰুৱাৰীঃ নাজিৰাৰ মহকুমাধিপতি কাৰ্যালয় সভাকক্ষত আগন্তুক বিধান সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হৈ যায় সভাত উপস্থিত থাকে শিৱসাগৰ জিলাৰ উপায়ুক্ত শ্ৰীযুত বিষ্ণু কমল বৰা, নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্ত, জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা ,মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্ত,মহকুমা নিৰ্বাচনী বিষয়া সুজাতা গগৈ,সহকাৰী আয়ুক্ত অদিতি বৰ্মন আৰু সেক্টৰ বিষয়াসকলৰ লগতে নাজিৰাৰ সাংবাদিকসকল, বয়োজেষ্ঠ নাগৰিকসকল।
No comments