গণ বাৰ্তা বিশেষ:গহপুৰ:5 ফ্ৰেব্ৰুৱাৰী:-আজি পুৱতি নিশা গহপুৰৰ কলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দিয়ালে যাত...
গণ বাৰ্তা বিশেষ:গহপুৰ:5 ফ্ৰেব্ৰুৱাৰী:-আজি পুৱতি নিশা গহপুৰৰ কলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দিয়ালে যাত্ৰীবাহী ইনভা গাড়ীয়ে ৷ As 01 DD 6818 নম্বৰৰ দুৰ্ঘটনাত পতিত বাহন খনত দাইভাৰ সহ পাঁছজন যাত্ৰী আছিল ৷ গাড়ীখন গুৱাহাটীৰ GMCH ৰ পৰা ৰোগী লৈ লক্ষীমপুৰৰ লালুকলৈ গৈ আছিল ৷ ইয়াৰে এজন ব্যক্তি মৃত্যু হয় মৃত ব্যক্তিজনৰ নাম যোগেন বৰুৱা ( ৫৬ ) আৰু আন কেইজনৰ গুৰুত্ব ভাৱে আহত হৈছে ৷ বৰ্তমান গহপুৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰি ৰখা হৈছে ।
No comments