Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যােৰহাটত জিলা উন্নয়ন সমিতিৰ পৰ্য্যালোচনা সভা

ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট, ৬ফেব্ৰুৱাৰী :  যােৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি উপায়ুক্ত আৰ অপৰজ্ঞি কৰাটীৰ সভাপতিত্বত জিলা উন্নয়ন স...

ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট, ৬ফেব্ৰুৱাৰী :  যােৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি উপায়ুক্ত আৰ অপৰজ্ঞি কৰাটীৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন সভা অনুষ্ঠিত হয় । এই সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰা হয়। সভাত কৃষি, লােক নিৰ্মাণ, খাদ্য আৰু অসামৰিক যােগান বিভাগ, দুগ্ধ উন্নয়ন, সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে বিস্তৃতভাবে আলােচনা কৰা হয় । সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে পর্যালােচনা কৰা হয় । জিলা উপায়ুক্তই APDCL, আবকাৰী, পৰিবহন, ক্রীড়া, সামাজ কল্যান, কৃষি, জনস্বাস্থ্য কাৰিকৰী, লােক নিৰ্মাণ নগৰ পানী যােগান আদি বিভাগসমূহৰ দ্বাৰা জিলাখনত চলি থকা কামকাজ সমূহৰ বুজ লয়। উপায়ুক্ত গৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক আধাৰোৱা হৈ থকা বিশেষকৈ বাট-পথ সমূহৰ ক্ষীপ্রতাৰে সম্পাদন কৰিবলৈ নির্দেশ দিয়ে। উক্ত  সভাত উন্নয়ন আয়ুক্ত অধৰ ভূঞা, অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গােহাঁই, বিশ্বজিৎ ফুকন, দামােদৰ বর্মণ আৰু বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।

No comments