Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অক্টোবৰত পাকিস্তান ভ্ৰমণলৈ যাব ইংলেণ্ড মহিলা ক্ৰিকেট দল

লণ্ডন, ২০ ফেব্ৰুৱাৰী: ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলে চলিত বছৰৰ অক্টোবৰত প্ৰথমবাৰলৈ পাকিস্তান ভ্ৰমণ কৰিব, য'ত দুখন টি-২০ আৰু তিনিখ মেচৰ এদিনী...


লণ্ডন, ২০ ফেব্ৰুৱাৰী: ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলে চলিত বছৰৰ অক্টোবৰত প্ৰথমবাৰলৈ পাকিস্তান ভ্ৰমণ কৰিব, য'ত দুখন টি-২০ আৰু তিনিখ মেচৰ এদিনীয়া শৃংখলা খেলিব। ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বোৰ্ডে (ইচিবি) অলপতে এক বিবৃতিত কৈছিল যে হিটাৰ নাইটৰ নেতৃত্বত হ'ব ইংলেণ্ডৰ মহিলা দলৰ প্ৰথম পাকিস্তান ভ্ৰমণ। ইংলেণ্ডৰ মহিলা দলে ১৪ আৰু ১৫ অক্টোবৰত কৰাচীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত দুখনকৈ টি-২০ শৃংখলা খেলিব। একেখন ষ্টেডিয়ামত ১৮, ২০ আৰু ২২ অক্টোবৰত তিনিখন এদিনীয়া শৃংখলাও খেলিব। পাকিস্তান ক্ৰিকেট ব'ৰ্ড (পিচিবি) ৰ চিইঅ' ৱাছিম খানে কৈছিল এদিনীয়া শৃংখলাটোৱে পাকিস্তানৰ মহিলা দলক তেওঁলোকৰ মহিলা বিশ্বকাপ ২০২২ৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ এক সুযোগ দিব, কিয়নো তেওঁলোকৰ লক্ষ্য হৈছে আগতকৈ ভাল প্ৰদৰ্শন কৰা।

No comments