Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদ : আঁঠু লৈ বেংকৰ মেনেজাৰক আঁচনিৰ ধন মোকোলাবলৈ আহ্বান

 ষ্টাফ ৰিপৰ্টেৰ , ২২ ফেব্ৰুৱাৰী : যোৰহাটৰ  ইউ বি আই বেংকত আজি এক ব্যক্তিক্রমী দৃশ্য দেখা গল । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাটৰ গঁড় ...


 ষ্টাফ ৰিপৰ্টেৰ , ২২ ফেব্ৰুৱাৰী : যোৰহাটৰ  ইউ বি আই বেংকত আজি এক ব্যক্তিক্রমী দৃশ্য দেখা গল । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাটৰ গঁড় আলিস্থিত ইউ বি আই বেংকলৈ আহি বেংকৰ মেনেজাৰক এখন গামোচা পিন্ধাই আঁঠু লৈ জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ পৰা মোকোলাই দিয়া আঁচনিৰ ধন সমূহ হিতাধিকাৰী সকলক  মোকোলাই দিবলৈ তেওঁ আহ্বান জনায় । তেওঁ সাংবাদিকৰ আগত উল্লেখ কৰে যে যি কোনো মুহূৰ্ততে নিৰ্বাচনী অধিসূচনা জাৰি হব পাৰে । ফলত মৰিয়নী সমষ্টিৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী সকলক বঞ্চিত হব । সেয়েহে আঁচনিৰ ধন সমূহ হিতাধিকাৰীক মোকোলাই দিবলৈ এই দৰে আঁঠু কাঢ়ি বেংকৰ মেনেজাৰক বিধায়ক জনে আহ্বান জনায় । উল্লেখ্য যে বিগত ১৯ /২০ বর্ষৰ আঁচনিৰ ধন সমূহ বেংকৰ মেনেজাৰে হিতাধিকাৰীসকলক আঁচনিৰ ধনসমূহ মকোলাই নিদিয়াৰ বাবেই এই দৰে প্ৰতিবাদ কৰা বুলি বিধায়ক জনে উল্লেখ কৰে । 

No comments